কাৰ কাৰ মাজত তীব্ৰ মতভেদ আৰম্ভ হৈছিল ?

উত্তৰঃ কেথলিক আৰু প্ৰটেষ্টাণ্টসকলৰ মাজত তীব্ৰ মতভেদ আৰম্ভ হৈছিল ।