কিমান বছৰৰ বয়সত গান্ধীজীয়ে পোৰবন্দৰতে থাকি স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল?

উত্তৰঃ সাতবছৰ বয়সত গান্ধীজীয়ে পোৰবন্দৰতে থাকি স্কুলীয়া শিক্ষা আৰম্ভ কৰিছিল।