কোনখন ফলিৰ বৰ্ণনামতে ভগদত্তই অৰ্জুনৰ সৈতে যুদ্ধত লিপ্ত হৈছিল?

উত্তৰঃ- নিধানপুৰ ফলিৰ বৰ্ণনামতে ভগদত্তই অৰ্জুনৰ সৈতে যুদ্ধত লিপ্ত হৈছিল।