কোনে স্বৰ্গৰ ৰজা ইন্দ্ৰক পৰাজয় কৰি মাকৰ কাণৰ কুণ্ডল কাঢ়ি আনিছিল?

উত্তৰঃ- নৰকাসুৰে স্বৰ্গৰ ৰজা ইন্দ্ৰক পৰাজয় কৰি মাকৰ কাণৰ কুণ্ডল কাঢ়ি আনিছিল।