খোদিত লিপিৰ পৰা পোৱা অৱতাৰবোৰ কি কি আছিল?

উত্তৰঃ- খোদিত লিপিৰ পৰা পোৱা অৱতাৰবোৰ আছিল- মাধৱ, বসুদেৱ, বৰাহ, হয়গ্ৰীৱ, নাৰায়ণ, পৰশুৰাম, নৰসিংহ, ৰাম, কৃষ্ণ, বলৰাম আদি।