নিধানপুৰ ফলিত কি উল্লেখ কৰা হৈছে?

উত্তৰঃ- নিধানপুৰ ফলিত উল্লেখ কৰা হৈছে যে বজ্ৰদত্তৰ মৃত্যুৰ পৰা পুয্য়বৰ্মনৰ সিংহাসন লাভৰ মাজত তিনিহাজাৰ বছৰৰ এটা দীঘলীয়া বিৰতি আছিল।