নৰকক কিয় ক্ষত্ৰীয় বুলি কোৱা হয়?

উত্তৰঃ- নৰক বিদেহৰ ৰজা জনকৰ ঘৰত লালিত-পালিত হৈছিল সেইকাৰণে তেওঁক ক্ষত্ৰীয় বুলি কোৱা হয়।