প্ৰাচ্যত খৃষ্টানসকলৰ কৰ্তৃত্ব প্ৰতিষ্ঠাৰ লক্ষ্যৰে সংঘটিত কেইখন ধৰ্মযুদ্ধৰ ভিতৰত মাত্ৰ কোন খন ধৰ্মযুদ্ধ সফল হৈছিল ?

উত্তৰঃপ্ৰাচ্যত খৃষ্টানসকলৰ কৰ্তৃত্ব প্ৰতিষ্ঠাৰ লক্ষ্যৰে সংঘটিত ৬খন ধৰ্মযুদ্ধৰ ভিতৰত মাত্ৰ প্ৰথমখন ধৰ্মযুদ্ধ সফল হৈছিল ।