ভূমণ্ডল বা লিথ’স্ফিয়্যাৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ কি?

উত্তৰঃ ভূমণ্ডল বা লিথ’স্ফিয়্যাৰৰ সবাতোকৈ গুৰুত্বপূৰ্ণ অংশ হ’ল মাটি।