মানসিক জীৱনৰ দৈহকি ভিত্তি | অধ্যায় ৫ | Class 11 Education (AHSEC) 2 Question and Answer Assam | HS 1st Year Education Chapter 5 Question and Answer Assamese Medium Solution | HS 1st Year Education (AHSEC) 2 Lesson 5 Shorts Important Question and Answer Assamese Medium Notes and Suggestion |

মানসিক জীৱনৰ দৈহিক ভিত্তি

।। প্ৰশ্নাৱলী ।। 

(ক) খালী ঠাই পূৰ কৰাঃ

১। মানৱদেহৰ বাহ্যিক জগতৰ পৰা উদ্দীপনা গ্ৰহণ কৰা অংগ সমূহক  বুলি কোৱা হয়।

উত্তৰঃ

২। স্নায়ু কোষৰ মূল অংশক  বুলি কোৱা হয়।

উত্তৰঃ

৩। কেন্দ্ৰিয় স্নায়ুতন্ত্ৰ মস্তিষ্ক আৰু  দ্বাৰা গঠিত।

উত্তৰঃ

৪। মস্তিষ্ক একেবাৰে ওপৰৰ বৃহৎ অংশক  বোলে।

উত্তৰঃ

৫। মস্তিষ্ক  অংশই শৰীৰ ভাৰসাম্য ৰক্ষা কৰে।

উত্তৰঃ

৬। মস্তিষ্কৰ  অংসক সঞ্চালন কেন্দ্ৰ বুলি কোৱা হয়।

উত্তৰঃ

৭। মেৰুমৰ্জাত  বোৰ স্নায়ু আছে।

উত্তৰঃ

৮। দেহৰ অভ্যন্তৰৰ অংগ সমূহৰ ক্ৰিয়া  স্নায়ুতন্ত্ৰৰ দ্বাৰা পৰিচালিত হয়।

উত্তৰঃ

৯। চকুৰ  বস্তুৰ প্ৰতিবিন্ধ গঠিত হয়।

উত্তৰঃ

১০। স্বদকোষৰ অৱস্থিতি  ত।

উত্তৰঃ

১১। ৰেটিনা আৰু দৃষ্টিস্নায়ুৰ মিলিত অংশক  বন্দু বুলি কোৱা হয়।

উত্তৰঃ

১২। কোনো বস্তুৰ পৰা অহা পোহৰ  মধ্যমেৰে চকুত প্ৰবেশ কৰে।

উত্তৰঃ

১৩। স্বাদ সংবেদন  প্ৰকাৰ।

উত্তৰঃ

১৪। ঘ্ৰাণ সংবেদন  উদ্দীপনাৰ দ্বাৰা সৃষ্টি হয়।

উত্তৰঃ

১৫। দুটা স্নায়ুকোষৰ মিলন স্থলক  বোলে।

উত্তৰঃ

১৬। মানুহৰ কাণৰ  টা অংশ আছে।

উত্তৰঃ

১৭।  গ্ৰন্থি  সমূহে ৰক্তস্ৰোতত ৰস ক্ষৰণ কৰো।

উত্তৰঃ

১৮। অন্তঃক্ষৰা গ্ৰন্থিৰ পৰা ওলোৱা ৰসক  বোলে।

উত্তৰঃ

১৯। ৰেখাযুক্ত পেশী  ত পোৱা যায়।

উত্তৰঃ

(খ) ভুল শুদ্ধ লিখাঃ

(১) মেৰুমৰ্জা কেন্দ্ৰিয় স্নায়ুতন্ত্ৰৰ এটা অংশ।

উত্তৰঃ 

(২) তাপ এক স্পৰ্শ সংবেদন।

উত্তৰঃ 

(৩) স্বাদ সংবেদন প্ৰধানত তিনি প্ৰকাৰ।

উত্তৰঃ 

(৪) অভ্যাসমূলক কাৰ্যৰ সমূহ মস্তিষ্ক পৰিচালিত।

উত্তৰঃ

(৫) প্ৰতিবৰ্ত ক্ৰিয়া সমূহ মেৰুমৰ্জাৰ দ্বাৰা পৰিচালিত হয়।

উত্তৰঃ

(৬) পনচ্ ভেৰেলী অধঃমস্তিষ্কৰ লগত জড়িত।

উত্তৰঃ

(৭) প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ দেহৰ বাহ্যিক অংগৰ লগত জড়়িত।

উত্তৰঃ

(৮) কাণৰ উদ্দীপক বাষ্পীয় পদাৰ্থ।

উত্তৰঃ

(৯) স্পৰ্শ সংবেদন মিশ্ৰিত বিধৰ।

উত্তৰঃ

(১০) মাৰিয়া মণ্টেশ্ৰৰী ইন্দ্ৰীয় শিক্ষাৰ লগত জৰিত।

উত্তৰঃ

(১১) গতগ্ৰন্থি এক সনালী গ্ৰন্থি।

উত্তৰঃ

(গ) অতি চমু উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে ১ নম্বৰ)ঃ

১। সমান্তৰাল বাদ কি?

উত্তৰঃ

২। প্ৰতিক্ৰিয়া বাদ কি? 

উত্তৰঃ

৩। স্নায়ু তন্ত্ৰৰ ভাগ কি কি? 

উত্তৰঃ 

৪। কানৰ সহায়ত কি সংবেদন সৃষ্টি হয়? 

উত্তৰঃ

৫। কোন ইন্দ্ৰিয় বাবে দ্ৰৱনীয় পদাৰ্থই উদ্দীপকৰ কাম কৰে?

উত্তৰঃ

৬। স্বাদকোষ কোনটো ইন্দ্ৰিয়ত থাকে? 

উত্তৰঃ 

৭। সমগ্ৰ দেহ জুৰি বিয়পি থকা ইন্দিয়টোৰ নাম লিখা? 

উত্তৰঃ

৮। শিশুৰ ভাষাত ‘উপহাৰ’ আৰু ‘বৃত্তি’ ধাৰণা কোনো ব্যৱহাৰ কৰিছিল? 

উত্তৰঃ

৯। সাধকেন্দ্ৰিয়ৰ নাম কি? 

উত্তৰঃ

১০। থেলামাছ ক’ত থাকে? 

উত্তৰঃ

১১। দেহৰ কোন অংশই দেহৰ ভাৰসাম্য ৰক্ষা কৰে?

উত্তৰঃ

(ঘ) সংক্ষিপ্ত উত্তৰ দিয়া (প্ৰতি প্ৰশ্নৰ বাবে দুই নম্বৰ)

(১) ইন্দ্ৰিয় প্ৰশিক্ষণ কাক বোলে? 

উত্তৰঃ

(২) জ্ঞানকেন্দ্ৰিয়ৰ এটি কি? 

উত্তৰঃ 

(৩) জ্ঞানকেন্দ্ৰিয় কাক বোলে? 

উত্তৰঃ 

(৪) অন্তৰ্বাহী স্নায়ু কাক বোলে? 

উত্তৰঃ

(৫) বৰ্হিৰ্বাহী স্নায়ু কি? 

উত্তৰঃ

(৬) প্ৰমস্তিষ্কৰ আৱৰণ কি?

উত্তৰঃ

(৭) দুটা অনালী গ্ৰন্থিৰ উদাহৰণ দিয়া?

উত্তৰঃ

(৮) দুটা সনালী গ্ৰন্থিৰ উদাহৰণ দিয়া।

উত্তৰঃ 

(৯) মানুহৰ কাণৰ অস্থি কেইডালৰ নাম লিখা? 

উত্তৰঃ 

(১০) জিভাৰ বিভিন্ন স্বাদগ্ৰহৰ কোষবোৰৰ বিষয়ে লিখা? 

উত্তৰঃ

(১১) ৰেটিনাৰ কাম কি?

উত্তৰঃ  

(১২) মানুহৰ দুবিধ স্নায়ুতন্ত্ৰৰ নাম কি ?লিখা? মধ্যমস্তিষ্কৰ দুটা অংশৰ নাম লিখা? 

উত্তৰঃ 

(১৩) গলগন্থিৰ কাম কি? 

উত্তৰঃ

(১৪) অধিবৃক্ক গ্ৰন্থিৰ কামসমূহ লিখা? 

উত্তৰঃ

(১৫) দন্তকোষ আৰু শমকুকোষৰ কাম কি? 

উত্তৰঃ

(১৬) পীতবিন্দু আৰু অপবিন্দু কি? 

উত্তৰঃ

(১৭) মস্তিষ্কৰ কোন অংশই আবেগ অনুভূতি নিয়ন্ত্ৰন কৰে।

উত্তৰঃ

(১৮) দেহৰ কোন অংশই প্ৰতিবৰ্ত ক্ৰিয়া সমূহ নিয়ন্ত্ৰন কৰে।

উত্তৰঃ

(ঙ) তলত প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া (প্ৰতি পশ্নৰ বাবে ৪ নম্বৰ)

(১) দেহ আৰু মনৰ সম্পৰ্কৰ বিষয়ি লিখা? 

উত্তৰঃ

(২) উদ্দীপক প্ৰক্ৰিয়াৰ সম্পৰ্ক স্থাপন স্নায়ুতন্ত্ৰৰ ভূমিকা সম্পৰ্কে লিখা? 

উত্তৰঃ

(৩) আমি কি দৰে দেখা পাওঁ লিখা? 

উত্তৰঃ

(৪) আমি কাণেৰে কিদৰে শুনো বৰ্ণনা কৰা? 

উত্তৰঃ

(৫) গ্ৰহনেন্দ্ৰিয় আৰু সাধকেন্দ্ৰিয় সমূহৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ

(৬) সনালী আৰু অনালী গ্ৰন্থি সমূহৰ বিষয়ে চমুকৈ লিখা?

উত্তৰঃ

(৭) ঐচ্ছিক আৰু অনৈচ্ছিক পেশীৰ সমূহৰ বিষয়ে কি জানা লিখা? 

উত্তৰঃ

(৮) ইন্দ্ৰিয় সমূহৰ কিয় জ্ঞানৰ দুৱাৰ-খিৰিকি বুলি কোৱা হয়? 

উত্তৰঃ

(৯) মস্তিষ্কৰ ক্ৰিয়াৰ আঞ্চলিকীকৰণ বুলিলে কি বুজা লিখা?

উত্তৰঃ

(১০) মানুহৰ দেহৰ পিটুইটাৰী গ্ৰন্থিৰ গুৰুত্ব সম্পৰ্ক আলোচনা কৰা? 

উত্তৰঃ

(১১) কৰ্মদক্ষতা অনুযায়ী গুৰু মস্তিষ্কৰ বিভিন্ন কেন্দ্ৰ সমূহৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ

(১২) গুৰু মস্তিষ্কৰ গঠন আৰু কাৰ্যায়লী সমূহ বৰ্ণনা কৰা?

উত্তৰঃ

(১৩) অধঃৰ্মস্তিষ্কৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ

(১৪) লঘু মস্তিষ্কৰ কাম সমূহৰ বিষয়ে বৰ্ণনা কৰা ? 

উত্তৰঃ

(১৫) সমবেদী আৰু পৰা সমবেদী স্নায়ুতন্ত্ৰৰ বিষয়ে ব্যাখ্যা কৰা?

উত্তৰঃ

(১৬) প্ৰান্তীয় স্নায়ুতন্ত্ৰৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ

(১৭) স্বতঃক্ৰিয় স্নায়ুতন্ত্ৰৰ বিষয়ে লিখা? 

উত্তৰঃ

(১৮) মানুহৰ দেহৰ পেশী সমূহৰ গঠন আৰু কাৰ্মাৱলী সম্পৰ্কে লিখা? 

উত্তৰঃ

(চ) তলত দিয়া সমূহৰ উত্তৰ লিখা (প্ৰতি প্ৰশ্নৰ বাবে ৬ নম্বৰ)

১। স্নায়ুতন্ত্ৰ কাক বোলে? স্নায়ুতন্ত্ৰৰ উপাদান সমূহৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ

২। কেন্দ্ৰিয় স্নায়ুতন্ত্ৰৰ বিভিন্ন অংশসমূহৰ বিষয়ে আলোচনা কৰা?

উত্তৰঃ

৩। গ্ৰহন্দ্ৰিয় কাক বোলে? কোনো এটা গ্ৰহন্দ্ৰিয়ৰ কাৰ্যৱলী বৰ্ণনা কৰা? 

উত্তৰঃ

৪। ইন্দ্ৰিয় শিক্ষা বুলিলে কি বুজা? এই শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে আলোচনা কৰা? 

উত্তৰঃ

৫। সনালী গ্ৰন্থি সমূহৰ বিষয়ে আলোচনা কৰা? 

উত্তৰঃ