১৮ শতিকাত ইউৰোপৰ দেশবোৰত তিনিটা জনপ্ৰিয় ধৰ্ম আছিল সেইকেইটা কি কি ?

উত্তৰঃ ১৮ শতিকাত ইউৰোপৰ দেশবোৰত তিনিটা জনপ্ৰিয় ধৰ্ম আছিল সেইকেইটা হ’ল- খ্ৰীষ্টান, জুদা আৰু ইছলাম ।