অশ্বমেধ যজ্ঞলৈ নিমন্ত্ৰণ কৰিবলৈ যাওঁতে অৰ্জুনক কোনে স্বগৰ্লৈ লৈ গৈছিল?

উত্তৰঃ অশ্বমেধ যজ্ঞলৈ নিমন্ত্ৰণ কৰিবলৈ যাওঁতে চিত্ৰসেনে অৰ্জুনৰ কপিধ্বজ নামৰ ৰথখনৰ সাৰথি হৈ তেওঁক স্বৰ্গলৈ লৈ গৈছিল।