অষ্টম দিনৰ কুৰুক্ষেত্ৰৰ যুদ্ধত দুৰ্যোধনৰ কেইজন ভাতৃ নিহত হৈছিল?

উত্তৰঃ অষ্টম দিনৰ কুৰুক্ষেত্ৰৰ যুদ্ধত দুৰ্যোধনৰ ষোল্লজন ভাতৃ নিহত হৈছিল।