‘আয়োৰ্বেদ’কি বিষয়ক শাস্ত্ৰ? তোমাৰ পাঠ্যপুথিত উল্লেখ কৰা দুখন আয়ুৰ্বেদ গ্ৰন্থৰ নাম লিখা।

উত্তৰঃ ‘আয়োৰ্বেদ’ প্ৰাচীন ভাৰতীয় চিকিৎসা শাস্ত্ৰ আৰু দুখন আয়ুৰ্বেদ গ্ৰন্থৰ হ’ল- ‘চৰক সংহিতা’ আৰু ‘সুশ্ৰুত সংহিতা’।