উত্তঙ্গই কৃষ্ণৰ পৰা কি বৰ খুজিছিল?

উত্তৰঃ উত্তঙ্গই কৃষ্ণৰ পৰা এই সামান্য বৰটো খুজিছিল যে যেতিয়া য’তেই তেওঁৰ মনত পিয়াহ লাগে তেতিয়াই তাতেই তেওঁ যেন পানী খাবলৈ পায়।