কাৰ নেতৃত্বত সমগ্ৰ ভাৰতত আহিংস অসহযোগ আন্দোলন আৰম্ভ হৈছিল?

উত্তৰঃ মহাত্মাগান্ধীৰ নেতৃত্বত সমগ্ৰ ভাৰতত আহিংস অসহযোগ আন্দোলন আৰম্ভ হৈছিল।