জৱাহৰলাল নেহেৰু স্কুলীয়া শিক্ষা শেষ কৰি কি কলেজত ভৰ্ত্তি হ’ল?

উত্তৰঃ জৱাহৰলাল নেহেৰু স্কুলীয়া শিক্ষা শেষ কৰি ত্ৰিনিটি কলেজত ভৰ্ত্তি হ’ল।