দশৰথৰ চাৰিজন পুত্ৰৰ নাম কি আছিল?

উত্তৰঃ দশৰথৰ চাৰিজন পুত্ৰৰ নাম আছিল ত্ৰুমে ৰাম, লক্ষ্মণ, ভৰত আৰু শত্ৰুঘ্ন।