প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি? এইখন কোনে নিৰ্মাণ কৰিছিল?

প্ৰথম অসমীয়া কথাছবিখনৰ নাম কি?এইখন কোনে নিৰ্মাণ কৰিছিল?

উত্তৰঃ প্ৰথম অসমীয়া কথাছবিখনৰ নাম হ’ল- ‘জয়মতী’ আৰু কথাছবিখন জ্যােতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছিল।