বৃত্ৰক বধ কৰাৰ পাছত ইন্দ্ৰ স্থানান্তৰ হৈ থকাৰ কাৰণে সেই সময়ত স্বৰ্গৰ ৰজা কোন হৈছিল?

উত্তৰঃ বৃত্ৰক বধ কৰাৰ কাৰণে ইন্দ্ৰৰ স্থানান্তৰ হৈ থকাৰ কাৰণে সেই সময়ত স্বৰ্গৰ ৰজা হৈছিল মৰ্ত্যৰ ৰজা নহুষ।