ভাৰ্যা চিত্ৰাংগদাৰ গৰ্ভত জন্ম হোৱা অৰ্জুনৰ পুত্ৰজনৰ নাম কি আছিল?

উত্তৰঃ ভাৰ্যা চিত্ৰাংগদাৰ গৰ্ভত জন্ম হোৱা অৰ্জুনৰ পুত্ৰজনৰ নাম আছিল বভ্ৰূবাহন।