ভৰত কাৰ পুত্ৰ আছিল? তেওঁৰ জন্ম ক’ত হৈছিল?

উত্তৰঃ ভৰত দুষ্মন্তৰ পুত্ৰ আছিল।কণ্বমুনিৰ আশ্ৰমতে তেওঁৰ জন্ম হৈছিল।