মহাপুৰুষ শংকৰদেৱক আইতাকে খেৰসুতিয়ে কিমান বছৰ বয়সত মহেন্দ্ৰ কন্দলিৰ টোলত বিদ্যা শিক্ষা গ্ৰহণ কৰিবলৈ থৈ আহিছিল?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱক আইতাকে খেৰসুতিয়ে ১২ বছৰ বয়সত মহেন্দ্ৰ কন্দলিৰ টোলত বিদ্যা শিক্ষা গ্ৰহণ কৰিবলৈ থৈ আহিছিল।