মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ অতি কমদিনৰ ভিতৰতে কি শিকি মনপুতি পঢ়া আৰম্ভ কৰিলে?

উত্তৰঃ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ অতি কমদিনৰ ভিতৰত আখৰ শিকি মনপুতি পঢ়া আৰম্ভ কৰিলে।