মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুৰ ঘৰত থকা সময়ছোৱাত গুৰুক কি কামত সহায় কৰিছিল?

উত্তৰঃ মহাপুৰুষ শ্ৰী শ্ৰী শংকৰদেৱ গুৰুৰ ঘৰত থকা সময়ছোৱাত গুৰুৰ ঘৰুৱা কামত সহায় কৰিছিল।