মহাৰাজ হংসধ্বজ আৰু তেওঁৰ পুত্ৰ দুজন কাৰ ভক্ত আছিল?

উত্তৰঃ মহাৰাজ হংসধ্বজ আৰু তেওঁৰ পুত্ৰ দুজন বিষ্ণুপৰায়ণ আৰু বিষ্ণুৰ ভক্ত আছিল।