যমৰ কেইটামান ভিন্ন নাম উল্লেখ কৰা?

উত্তৰঃ যমৰ ভিন্ন নাম হৈছে-কৃতান্ত, অন্তক, ধৰ্মৰাজ, দণ্ডপাণি, শমন আদি।