সাৱিত্ৰী কিহৰ বা কি গুণৰ কাৰণে বিখ্যাত হৈ আছে?

উত্তৰঃ সাৱিত্ৰী তেওঁৰ সতীত্ব গুণৰ কাৰণে বিখ্যাত হৈ আছে।