হংসধ্বজ ৰজাৰ পুত্ৰ দুজনৰ নাম কি আছিল?

উত্তৰঃ হংসধ্বজ ৰজাৰ পুত্ৰ দুজনৰ নাম আছিল সুধন্বা আৰু সুৰথ।