অষ্টম দিনৰ কুৰুক্ষেত্ৰৰ যুদ্ধত ভীষ্মই ৰচনা কৰা বেহুখনৰ নাম কি আছিল?

উত্তৰঃ অষ্টম দিনৰ কুৰুক্ষেত্ৰৰ যুদ্ধত ভীষ্মই ৰচনা কৰা বেহুখনৰ নাম আছিল কুৰ্মবেহু।