অসহযোগী আন্দোলনত আৰম্ভ হোৱাত অলপদিনৰ ভিতৰতে ত্ৰিশ হাজাৰ কংগেছ নেতা আৰু কৰ্মীয়ে কাৰদণ্ড ভূগিলে তাৰ ভিতৰত জৱাহৰলাল নেহেৰুৰ কোন আছিল?

উত্তৰঃঅসহযোগী আন্দোলনত আৰম্ভ হোৱাত অলপদিনৰ ভিতৰতে ত্ৰিশ হাজাৰ কংগেছ নেতা আৰু কৰ্মীয়ে কাৰদণ্ড ভূগিলে তাৰ ভিতৰত জৱাহৰলাল নেহেৰুৰ পিতৃ মতিলাল নেহেৰু আছিল।