অসুৰসকলৰ গুৰু কোন আছিল?

উত্তৰঃ সকলো শাস্ত্ৰৰ প্ৰবক্তা আৰু তন্ত্ৰবিদ্যাত পাৰ্গত শুত্ৰুাচাৰ্য অসুৰসকলৰ গুৰু আছিল।