অৰ্জুনক দুটা অক্ষয় তূণ আৰু গাণ্ডীৰ ধনুখন কোনে দিছিল?

উত্তৰঃ অৰ্জুনক দুটা অক্ষয় তূণ আৰু গাণ্ডীৰ ধনুখন অগ্নি দেৱতাই দিছিল।