অৰ্জুনে বিৰাটৰ ৰাজ্যত কি কাম বিচাৰিব বুলি কৈছিল?

উত্তৰঃ অৰ্জুনে বিৰাটৰ ৰাজ্যত নপুংসকৰ বেশ ধৰি ৰাজপ্ৰসাদৰ মহিলাসকলৰ গীত-নৃত্যাদিৰ শিক্ষকতা কৰা কামটো বিচাৰিব বুলি কৈছিল।