অৰ্জুনৰ পুত্ৰ ইৰাবানৰ মাতৃ কোন আছিল?

উত্তৰঃ অৰ্জুনৰ পুত্ৰ ইৰাবানৰ মাতৃ নাগকন্যা উলূগী আছিল।