এক অক্ষৌহিনী সৈন্যত হাতী আৰু ৰথ কিমান থাকে?

উত্তৰঃ এক অক্ষৌহিনী সৈন্যত হাতী ২১৮৭০ সংখ্যাক আৰু ৰথ ২১৮৭০ খন।