কাৰ শাপত বসুমতীয়ে নীলধ্বজৰ কন্যা স্বাহাৰূপে জন্ম লৈছিল?

উত্তৰঃ লক্ষ্মীৰ শাপত বসুমতীয়ে নীলধ্বজৰ কন্যা স্বাহাৰূপে জন্ম লৈছিল।