কি ত্যাগ কৰিব পাৰিলে বিত্তশালী হয় বুলি মহাভাৰতত যুধিষ্ঠিৰে কৈছিল?

উত্তৰঃ মহাভাৰতত যুধিষ্ঠিৰে কামনা ত্যাগ কৰিব পাৰিলে মানুহৰ ঐশ্বৰ্য বৃদ্ধি পাই বুলি কৈছিল।