কোনজন ৰজাৰ ঘৰত দুৰ্ব্বসা মুনি এবছৰ কাল আলহী হৈ আছিল?

উত্তৰঃ কুন্তীৰ পিতৃ কুন্তীভোজ ৰজাৰ ঘৰত দুৰ্ব্বাসা মুনি এবছৰ কাল আলহী হৈ আছিল।