কৌৰৱ পক্ষৰ হৈ যুদ্ধ কৰা শ্ৰুতায়ুধৰ মাক কোন আছিল?

উত্তৰঃ কৌৰৱ পক্ষৰ হৈ যুদ্ধ কৰা শ্ৰুতায়ুধৰ মাক আছিল পৰ্ণসা।