গীতাত উল্লেখ কৰা ‘সৃজাম্যহম’ মানে কি?

গীতাত উল্লেখ কৰা ‘সৃজাম্যহম’ মানে কি?

উত্তৰঃ মানুহক দুৰ্দশাৰ পৰা ৰক্ষা কৰিবলৈ একো একোজন মহাপুৰুষৰ আগমন হয়। এই দুৰ্দশাৰ অন্ত পেলাই সমাজক আকৌ সত্য, সনাতন পথত আগ্ৰহৰ হবলৈ শিকায়। ইয়াকে ‘সৃজাম্যহম’ বুলে।