গুৰুৰ ঘৰৰ পৰা শিক্ষা কাল শেষ কৰি শংকৰদেৱে কি নাম লয়?

উত্তৰঃ গুৰুৰ ঘৰৰ পৰা শিক্ষা কাল শেষ কৰি শংকৰদেৱে শিৰোমণি ভূঞা নাম লয়।