চন্দ্ৰহংস ৰজাৰ পুত্ৰ দুজনৰ নাম কি আছিল?

উত্তৰঃ চন্দ্ৰহংস ৰজাৰ পুত্ৰ দুজনৰ নাম আছিল মকৰাক্ষা আৰু পদ্মাক্ষ।