জটাসুৰক কোনে কোন ঠাইত বধ কৰিছিল?

উত্তৰঃ জটাসুৰক ভীমে বনবাসত থাকোতে হাবিৰ মাজত বধ কৰিছিল।