দুষ্মন্তই কিমান দূৰলৈ ৰাজ্য শাসন কৰিছিল?

উত্তৰঃ দুুষ্মন্তই সসাগৰা মেদিনীলৈকে থকা ৰাজ্যবোৰ শাসন কৰিছিল।