পঞ্চপাণ্ডৱৰ জন্ম কেনেকৈ হৈছিল?

উত্তৰঃ দুৰ্ব্বাসা মুনিয়ে প্ৰদান কৰা মন্ত্ৰৰ সহায়ত কুন্তী আৰু মদ্ৰীয়ে পাঞ্চপাণ্ডৱৰ জন্ম দিছিল।