পঞ্চম দিনৰ কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱ পক্ষৰ কাৰ মৃত্যু হৈছিল?

উত্তৰঃ পঞ্চম দিনৰ কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱ পক্ষৰ মহাবীৰ সাত্যকীৰ দহজন বীৰপুত্ৰৰ মৃত্যু হৈছিল।