পাণ্ডৱসকলৰ স্বৰ্গাৰোহণৰ কালত সহদেৱৰ কোন ঠাইত দেহত্যাগ হৈছিল?

উত্তৰঃ পাণ্ডৱসকলৰ স্বৰ্গাৰোহণৰ কালত বদৰিকাশ্ৰমত সহদেৱৰ দেহ ত্যগ হৈছিল।