পাণ্ডৱসকল বনত থাকোতে নল-দময়ন্তীয় উপাখ্যানটিৰ বিষয়ে কোনে তেওঁলোকক কৈছিল?

উত্তৰঃ পাণ্ডৱসকল বনত থাকোতে তেওঁলোকক নল-দময়ন্তীৰ উপাখ্যানটিৰ বিষয়ে বৃহশ্ব নামৰ তপস্বী মুনিজনে প্ৰকাশ কৰিছিল।