বপুষ্টমা ৰাণী কোন আছিল?

উত্তৰঃ বপুষ্টমা ৰাণী কাশিৰাজ সুবৰ্ণবৰ্মাৰ কন্যা আৰু মহাৰাজ জন্মেজয়ৰ মহিষী আছিল।